Assam

COVID-19: Schools in Assam to remain closed after summer vacation

GUWAHATI: The Assam government has said all schools will remain closed even after the summer vacation due to the prevailing COVID-19 situation in the state and asked authorities to take steps to conduct online classes, an official said on Tuesday.…

Assam: Curfew from 5 p.m. to 5 a.m. in 8 districts

GUWAHATI: The curfew will come into force from 5 p.m. to 5 a.m. in eight districts of Assam where COVID-19 situation has significantly improved. The new order will remain in effect till June 22, stated fresh SOP issued on Tuesday.…

Breaking: Inter-district travel to remain suspended in Assam till June 22

GUWAHATI: The Assam government issued new SOP on Tuesday which will remain in effect till June 22. The inter-district travel will remain suspended till June 22.

ষড়যন্ত্রমূলকভাৱে অধিক পুঁজি আবণ্টন

গুৱাহাটী: গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ ঠিকা আবণ্টনত দুর্নীতি কৰাৰ অভিযোগ তুলি তদন্তৰ দাবী জনাইছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ এক বিবৃতিত বিৰোধী দলপতিগৰাকীয়ে কয় যে গুৱাহাটী পৌৰ নিগমে যোৱা ২৮ জানুৱাৰীত এবছৰৰ বাবে বশিষ্ঠ আৰু মৰা ভৰলু নদীৰ লগতে ৬৯টা…

দিল্লীত সাম্প্রদায়িক হিংসাঃ অৱশেষত জামিন লাভ জেএনইউৰ ছাত্রী অসমৰ দেৱাংগনা কলিতাৰ

গুৱাহাটী:  এক দীঘলীয়া আইনী যুঁজৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী অসমৰ দেৱাংগনা কলিতাক৷ দিল্লীৰ সাম্প্রদায়িক হিংসাত উচটনি দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা দেৱাংগনাৰ লগতে আজি নাটাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহাকো জামিন…

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসমৰ শিক্ষার্থীঃ মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ আর্জিৰে আবেদন

গুৱাহাটী:  ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অসমত হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ বর্তমানেও অনিশ্চয়তা অব্যাহত আছে৷ ইয়াৰ মাজতে এই পৰীক্ষা বাতিলৰ আর্জিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যখনৰ একাংশ শিক্ষার্থী–অভিভাৱক৷ চি বি এছ ই–আই চি এছ চি পৰীক্ষা…

বিদ্যুৎ চুৰি কৰা, বিল নিদিয়াসকলৰ বাবেই সৎ গ্ৰাহকে ভৰিবলগীয়া হয় অধিক মাচুল

গুৱাহাটীঃ বিদ্যুৎ চুৰি আৰু মাচুল অনাদায়ৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এ পি জি চি এল) আৰু অসম বিদ্যুৎ সংবহন নিগম…

কাইলৈৰ পৰা এসপ্তাহলৈ প্রৱেশ–প্রস্থান নিষিদ্ধ শুৱালকুছিত

গুৱাহাটী:   সমগ্র ৰাজ্যখনত ক’ভিড আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে কামৰূপ জিলাৰ শুৱালকুছিত মাত্রাধিক ধৰণে বৃদ্ধি আহিছে৷ সেয়ে গণ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি অতি ঘন জনবসতিপূর্ণ গাঁওখনক ক’ৰোনা’ৰ পৰা ৰক্ষা কৰাৰ বাবে জিলা প্রশাসনে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সোমবাৰে ইয়াকে…

ঐতিহাসিক বহৰি সত্রৰ ৮০ বিঘা ভূমিত সন্দেহজনক নাগৰিকৰ বেদখল

গুৱাহাটী:  সন্দেহজনক লোকৰ বেদখল আৰু গৰাখহনীয়াই সংকট মাতিছে ৰাজ্যৰ ঐতিহাসিক সত্রসমূহৰ অন্যতম বহিৰ সত্রলৈ৷ মহাপুৰুষ শ্রীশ্রীহৰিদেৱে ১৪৫৩ খ্রীষ্টাব্দতে প্রতিষ্ঠা কৰা বহৰি সত্রখনৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰিছে সন্দেহজনক লোকে৷ সত্রখনৰ মুঠ ১৮৪ বিঘা ভূমিৰ ৮০ বিঘা ভূমিয়েই সন্দেহজনক লোকে বেদখল…

গৃহ মন্ত্রালয়ৰ অধিসূচনাৰে কোনো সম্পর্ক নাই ‘কা’ৰ

গুৱাহাটী:  পাকিস্তান–বাংলাদেশ সংখ্যালঘু শৰণার্থীসকলক লৈ শেহতীয়াভাৱে জাৰি কৰা অধিসূচনাৰে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্রীয় চৰকাৰে৷ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে দাখিল কৰা এখন হস্তক্ষেপকাৰী আবেদনৰ বিপৰীতে কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত স্পষ্টভাৱে…

News Live TV