peepl-small

১০ চেণ্টিমিটাৰ মুখ মেলি বিশ্ব ৰেকৰ্ড কিশোৰৰ

PUBLISHED:

গুৱাহাটীঃ আপুনি বাৰু আপোনাৰ মুখখন কিমান মেলিব পাৰে?
মুখত অনায়াসে সোমাই দিব পাৰেনে এটা ডাঙৰ কমলা অথবা ছডাৰ কেন?

মুখ মেলিয়েই বিশ্ব অভিলেখৰ অধিকাৰী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি কিশোৰ। দুই ওঁঠৰ সৰ্বাধিক ব্যৱধান থকা পুৰুষৰ ভিতৰত  গীনিজ ৱৰ্ল্ড্  ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ইছাক নামৰ কিশোৰজনে।

কিশোৰজনে ১০.১৭৫ চেণ্টিমিটাৰলৈকে (৪ ইঞ্চি) মুখ মেলিব পাৰে।

ইছাকে ২০১৯ চনৰ আমেৰিকাৰে ফিলিপ এংগাছৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে। ফিলিপে ৯.৫২ চেণ্টিমিটাৰ (৩.৭৫ ইঞ্চি) মুখ মেলি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।

RELATED ARTICLES