peepl-small

ভোগালী বিহুৰ উৰুকাত সীমিত বন্ধ ঘোষণা

PUBLISHED:

গুৱাহাটীঃ ৰাজ্য চৰকাৰে ভোগালী বিহুৰ উৰুকাৰ দিনাখন সীমিত বন্ধৰ দিন ঘোষণা কৰিছে৷  এই কথা বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হয়।

আনহাতে, ৰাজ্যৰ সমবিকাশৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ এক গুৰত্বপূর্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৰাক উপত্যকাৰ মাণ্ডলিক আয়ুক্ত কার্যালয় গুৱাহাটীৰ পৰা শিলচৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে৷ তাৎক্ষণিকভাৱে কার্যকৰী হ’বলগীয়া এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰী কাম–কাজৰ ক্ষেত্রত উপত্যকাটোৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব৷ 

RELATED ARTICLES