peepl-small

আজিৰে পৰা অসমত বন্ধ আন্তঃজিলা পৰিবহণ

PUBLISHED:

গুৱাহাটীঃ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি পুৱা ৫ বজাৰ পৰা ৰাজ্যত ১৫দিনলৈ বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আন্তঃজিলা যাতায়ত বন্ধ ঘোষণা কৰিছে।

অৱশ্যে জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয়। গৰ্ভৱতী মহিলা বা ৰোগাক্ৰান্ত লোকৰ চিকিৎসাৰ ক্ষেত্ৰতো ৰেহাই দিয়া হৈছে।

বৈধ টিকট দেখুৱাই বিমানবন্দৰ, ৰে’ল ষ্টেচন বা আইএছবিটিৰ যাত্ৰীসকলেও চলাচল কৰিব পাৰিব।

RELATED ARTICLES