peepl-small

মানাহত গঁড়ৰ আক্ৰমণত নিহত তিনি মাহ পূৰ্বে বিয়া পতা বনকৰ্মী

PUBLISHED:

গুৱাহাটীঃ শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত সংঘটিত হয় এক শোকাৱহ ঘটনা৷
গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱায় প্ৰায় তিনি মাহ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলা ফৰেষ্ট বেটেলিয়নৰ এজন জোৱানে৷
জোৱানজনৰ নাম অনিমেষ ডেকা৷
অনিমেষ ডেকাৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত৷
এগৰাকী সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ ওলাই অহাৰ সময়তে সংঘটিত হয় ভয়াৱহ ঘটনাটো৷

RELATED ARTICLES