peepl-small

বিহুত SOP: কি ক’লে জুবিন গাৰ্গে?

PUBLISHED:

গুৱাহাটীঃ ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

বিহুৰ অনুষ্ঠানসমূহ নিশা ১১ বজাৰ ভিতৰত সামৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনাক আদৰণি জনাই জনপ্ৰিয় শিল্পীগৰাকীয়ে কয়—”সেইটো ভাল কথা। সেইটো মই সদায় কৈ থাকোঁ। সোনকালে যদি হয়, সেয়া ভাল।”

লগতে  মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি অনুষ্ঠান উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনায় জুবিন গাৰ্গে।

RELATED ARTICLES