peepl-small

কিয় পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৰাজনীতিলৈ অহাটো নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাই?

PUBLISHED:

গুৱাহাটীঃ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৰাজনীতিলৈ অহাটো নিবিচাৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে সাংবাদিকে সোধা এক প্ৰশ্নত ড০ শৰ্মাই কয়-“যিমান দূৰ পাৰি ৰাজনীতিত নহাকৈ থকাটো ভাল। ৰাজনীতিত আহিলে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। মই মোৰ ল’ৰা হিচাপে এইখন ক্ষেত্ৰলৈ অহাটো নিবিচাৰোঁ। কাৰণ আমি যিমান ‘ফেইচ’ কৰিছোঁ, সিমান ‘ফেইচ’ যে সিহঁতে কৰিব পাৰিব সেয়া মই নাভাবোঁ।”

উল্লেখ্য যে আজি জালুকবাৰী সমষ্টিৰ আমিনগাঁৱৰ এটা ভোটকেন্দ্ৰত পিতৃ-মাতৃৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিছিল নন্দিল বিশ্ব শৰ্মাই।

RELATED ARTICLES