peepl-small

কেতিয়াৰ পৰা আৰম্ভ হ’ব ৪৫ বছৰতকৈ তলৰ ব্যক্তিৰ কভিড ভেকচিন?

PUBLISHED:

গুৱাহাটী: ৬ মে’ৰ পাছত ৰাজ্যত ১৮ ৰ পৰা ৪৫ বছৰ ব্যক্তিৰ আৰম্ভ হ’ব কভিড ভেকচিন টিকাকৰণ। অনলাইন যোগে পঞ্জীয়ন কৰাৰ পিছত পৰ্যাপ্ত পৰিমানৰ কভিড ভেকচিন মজুত হলেই আৰম্ভ হ’ব টিকাকৰণ।

আনহাতে মহানগৰীত কভিড পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে বুলি জিএমচিএইচৰ অধ্যক্ষৰ। মহানগৰীত ৫টা দিনত ৫০০০ লোক আক্ৰান্ত হৈছে ক’ভিডত।

RELATED ARTICLES