peepl-small

কঠাল ভৰ্তি ট্ৰাকত গাঞ্জা! গ্ৰেপ্তাৰ ৩

PUBLISHED:

গুৱাহাটী: উৰিষ্যাৰ কোৰাপুটৰ জালাপুট গাঁৱৰ ওচৰত মাচকুণ্ড আৰক্ষীয়ে প্ৰায় ১ কোটি টকাৰ ১০০৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

“আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰলৈ যাত্ৰা কৰি থকা এখন কঁঠাল ভৰ্তি ট্ৰাক জব্দ কৰিছিল, য’ত ১,০০৮ কিলোগ্ৰাম গাঞ্জা আছিল। ইতিমধ্যে ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” নন্দাপুৰৰ এছডিপিঅ’ সঞ্জয় মহাপাত্ৰই এইদৰে কয়।

RELATED ARTICLES