peepl-small

তৰুণ গগৈৰ স্বাস্থ্য পূৰ্বতকৈ যথেষ্ট উন্নত

PUBLISHED:

গুৱাহাটী : দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্য পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। হুইল ছেয়াৰত বহি কথা-বতৰা পাতিছে গগৈয়ে।

গগৈৰ ৰক্তচাপ আৰু পালছ ৰেট সম্পূৰ্ণ সুস্থ। দৈনিক ২ লিটাৰকৈ অক্সিজেন দিয়া হৈছে গগৈক।

বিগত প্ৰায় ২০ দিন কৈ আইচিইউত থকা গগৈক শীঘ্ৰে কেবিনলৈ স্থানান্তৰ কৰা হ’ব। এই কথা অৱগত কৰিলে জিএমচিএইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।  

RELATED ARTICLES