peepl-small

ৰিণিকি ভূঞা শৰ্মাক অম্ৰপালি ছ’চাইটী ফৰ আৰ্টছৰ সম্বৰ্ধনা

PUBLISHED:

গুৱাহাটীঃ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাক আজি সম্বৰ্ধনা জ্ঞাপন কৰে সাংস্কৃতিক সংস্থা অম্ৰপালি ছ’চাইটী ফৰ আৰ্টছে। সংস্থাটোৰ পঞ্চমবাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে ৰিণিকি ভূঞা শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য, আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী ৰুদ্ৰ জয়ন্তী ভাগৱতী আৰু প্ৰণামী ভাগৱতীৰ সাংস্কৃতিক সংস্থা অম্ৰপালি ছোচাইটী ফৰ আৰ্টছ।

RELATED ARTICLES