peepl-small

পাটাচাৰকুচিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ জয়লাভ

PUBLISHED:

গুৱাহাটী: ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পাটাচাৰকুচি সমষ্টিৰ পৰা জয়লাভ কৰিছে। দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ সান্তানু শৰ্মাক ৪১,৪৪২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।

২০১১ আৰু ২০১৬ চনত সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৰণজিৎ দাসে এই নিৰ্বাচনত পাটাচাৰকুচিৰ পৰা অৱতীৰ্ণ হৈছিল।

RELATED ARTICLES