peepl-small

ক’ভিড প্ৰটকল মানি মাজুলীত ফেৰী সেৱা

PUBLISHED:

গুৱাহাটীঃ ক’ভিড প্ৰটকল মানি মাজুলীত আৰম্ভ হৈছে ফেৰী সেৱা। ৫০ শতাংশ যাত্ৰীৰে আৰম্ভ হৈছে ফেৰী সেৱা।

ৰাজ্যত ক’ভিড পৰিস্থিতি জটিল হোৱাৰ পাছতে ৫০ শতাংশ যাত্ৰীৰে যাতায়ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য চৰকাৰে। চৰকাৰৰ নিৰ্দেশনা মানি ৫০ শতাংশ যাত্ৰীৰে আৰম্ভ হৈছে ফেৰী সেৱা।

ইপিনে মাজুলী কমলাবাৰী ঘাটত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জলপৰিবহণ বিভাগে। লগতে ক’ভিড প্ৰটকল মানি মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে।

RELATED ARTICLES