গুৱাহাটীঃ ৫০ শতাংশ নম্বৰ HSLC পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিটা বিষয়ৰ পৰা ধৰা হ’ব।
ব্যৱহাৰিক পৰীক্ষাৰ পৰা ৩০ নম্বৰ।
১০ নম্বৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কাৰ্যাৱলীৰ পৰা।
লাভ কৰা নম্বৰৰ ১০ শতাংশ অতিৰিক্তভাৱে লাভ কৰিব।
ব্যৱহাৰিক পৰীক্ষা নথকা বিষয়ৰ ক্ষেত্ৰত ৫০ শতাংশ নম্বৰ HSLC পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিটা বিষয়ৰ পৰা।
একাদশ-দ্বাদশ শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষাৰ পৰা ৪০ শতাংশ লাভ কৰিব।
প্ৰাপ্ত নম্বৰৰ ১০ শতাংশ অতিৰিক্তভাৱে লাভ কৰিব।
বৃত্তিমূলক শাখাৰ ক্ষেত্ৰত ৫০ শতাংশ নম্বৰ HSLC পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিটা বিষয়ৰ পৰা।
ব্যৱহাৰিক পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ গণ্য কৰা হ’ব।
১০ শতাংশ অতিৰিক্তভাৱে লাভ কৰিব।