peepl-small

গহপুৰৰ মা কল্যাণী দেৱালয়ত হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ গহপুৰৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় দৰ্শন কৰি আজি পুৱা আশীৰ্বাদ গ্ৰহণ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কল্যাণী দেৱালয়ক আধ্যাত্মিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰকল্প প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। আন্তঃগাঁথনিৰ উন্নয়নৰ বাবেও চৰকাৰে পুঁজি আৱণ্টন কৰা বুলি মন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।

এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে দেৱালয়খন পৰ্যটকৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে আধ্যাত্মিক কেন্দ্ৰ হৈ পৰিব বুলি তেওঁ কয়।

RELATED ARTICLES