peepl-small

বৰপেটা আৰক্ষীৰ কেঁকোসাপ উদ্ধাৰ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰতো দায়িত্ব পালন কৰিছে অসম আৰক্ষীয়ে।

শনিবাৰে বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰে এটি কেঁকোসাপ। বন বিভাগৰ সহযোগত কেঁকোসাপটিক এৰি দিয়ে আৰক্ষীয়ে।

টুইটাৰযোগে বৰপেটা আৰক্ষীয়ে এনেদৰে প্ৰকাশ কৰে — “আমি সকলোৰে যত্ন লওঁ। এই ক্ষুদ্ৰ প্ৰাণীটোৱে (কেঁকো সাপ) বাট হেৰুৱাইছিল। ই যাতে নিৰাপদে ঘৰত উপস্থিত হয় তাৰ ব্যৱস্থা বন বিভাগৰ সহযোগত কৰি দিয়া হয়।”

আৰক্ষী আৰু বন বিভাগৰ এই কাৰ্যক প্ৰশংসা কৰিছে বন্যপ্ৰাণী প্ৰেমীসকলে।

RELATED ARTICLES