peepl-small

গুৱাহাটীত দৈনিক এহাজাৰ লোকৰ ক’ভিড হ’লে বন্ধ হ’ব স্কুল-কলেজ

PUBLISHED:

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত দৈনিক এহাজাৰ লোকৰ দেহত ক’ভিড ধৰা পৰিলে বন্ধ কৰা হ’ব শিক্ষানুষ্ঠানসমূহ।এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, পৰিস্থিতি জটিল হ’লে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও বাতিল হ’ব পাৰে। অৱশ্যে এই ক্ষেত্ৰত ২ মে’লৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰা হ’ব বুলি জনায় ড০ শৰ্মাই।

RELATED ARTICLES