১০ দিনত ৰাজ্যত উন্নত হ’ব ক’ভিড পৰিস্থিতি: মুখ্যমন্ত্রী

গুৱাহাটী:  ক্রমাৎ জটিল হৈ থকা ক’ৰোনা পৰিস্থিতি এতিয়াও অপৰিৱর্তিত হৈ আছে৷ শেহতীয়াকৈ আক্রান্তৰ হাৰ সামান্য পৰিমাণে হ্রাস পাইছে যদিও ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্রাস পোৱা নাই৷ ক’ৰোনাৰ দ্বিতীয় ঢৌত এনে ভয়াৱহ সংক্রমণক লৈ ৰাজ্যবাসী সন্ত্রস্ত হৈ থকাৰ সময়তে আশাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীৰ মন্তব্য– আগন্তুক ১০ দিনত ক’ভিড পৰিস্থিতি উন্নত … Continue reading ১০ দিনত ৰাজ্যত উন্নত হ’ব ক’ভিড পৰিস্থিতি: মুখ্যমন্ত্রী