peepl-small

মুখ্যমন্ত্ৰী সোণোৱালৰ বিমান অৱতৰণত বাধা, আকাশতে উৰি থাকিল ৪৫ মিনিট

PUBLISHED:

গুৱাহাটীঃ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাত্ৰা কৰা বায়ুসেনাৰ বিশেষ বিমান অৱতৰণত বিধি-পথালি প্ৰৱল ধুমুহা-বৃষ্টিপাতৰ । অৱতৰণ কৰিব নোৱাৰি ৪৫ মিনিট আকাশ মাৰ্গতে থাকে মুখ্যমন্ত্ৰী যোৱা বিশেষ বিমানখন। পাছত নিৰাপদে অৱতৰণ কৰে মুখ্যমনন্ত্ৰী সোণোৱাল থকা বিমানখন।

মঙলবাৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

RELATED ARTICLES