peepl-small

বক্সাৰ শিৱ থাপালৈ মুখ্যমন্ত্ৰীৰ ৩ লাখ টকাৰ চেক

PUBLISHED:

গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপাই  আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ বাবে শিৱ থাপাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি খেলুৱৈগৰাকীক ৩ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
সাক্ষাতৰ সময়ত ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে।

RELATED ARTICLES