peepl-small

গুৱাহাটীৰ ফটাশিলত দিন ডকাইতিঃ ৩৫ লাখ টকা লুট

PUBLISHED:

🔴 মহানগৰীৰ ফটাশিলত দিন-দুপৰতে ডকাইতি
🔴 এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা
🔴 এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি
🔴 ইন’ভা গাড়ীখনৰ নম্বৰ AS 01 DU 0003
🔴 ফটাশিলৰ HDFC বেংকৰ সন্মুখৰ পৰা লুটিলে ধনখিনি
🔴 ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি

RELATED ARTICLES