peepl-small

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ মৃতদেহ উদ্ধাৰ

PUBLISHED:

গুৱাহাটী:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰোয়াবাৰী অঞ্চলত এটা ৰয়েল বেংগল টাইগাৰৰ মৃতদেহ পোৱা গৈছে।

অনুসন্ধানত প্ৰকাশ পাইছে যে বাঘটো গুলীত আঘাতপ্ৰাপ্ত হৈছিল। ৰাজহুৱা অঞ্চলৰ পৰা বাঘটোক আঁতৰাই নিবলৈ চেষ্টা কৰোঁতে দুৰ্ঘটনাক্ৰমে গুলীচালনা হোৱাৰ সন্দেহ কৰা হৈছে বুলি বন বিষয়াই কয়।

 

RELATED ARTICLES