peepl-small

প্ৰমীলাৰাণী ব্ৰহ্মৰ পৰাজয়

PUBLISHED:

গুৱাহাটী: পূব কোকৰাঝৰ সমষ্টিত নিশ্চিত পৰাজয়ৰ দিশে বিপিএফৰ জেষ্ঠ নেত্ৰী তথা বৰ্তমানৰ বিধায়িকা প্ৰমীলাৰাণী ব্ৰহ্ম। ইপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ বৃহৎ অগ্ৰগতি।

উল্লেখ্য যে  ১৫ ৰাউণ্ড ভোটদানৰ গণনাৰ শেষ হোৱাৰ পিছত ইউ পি পি এলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে ৬৩,৭৩৭ টা ভোট লাভ কৰিছে আৰু প্ৰমীলা ৰাণী ব্ৰহ্মই লাভ কৰিছে ৪৫,৪৩১ টা ভোট লাভ কৰিছে।

RELATED ARTICLES