peepl-small

ৰাজ্যত জনসমাগম বন্ধৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যত জনসমাগম বন্ধৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ জনসমাগম বন্ধৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

RELATED ARTICLES