peepl-small

মুকলি হ’ল ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী বাইপাছ

PUBLISHED:

গুৱাহাটীঃ আজি মুকলি হ’ল ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী বাইপাছ। এই বাইপাছটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৯৭ কোটি টকা ব্যয়েৰে লেপেটকটাৰ পৰা মোহনবাৰীলৈ নিৰ্মাণ কৰা হৈছে ১৫ কিলোমিটাৰজোৰা এই বাইপাছটো।

ইফালে এই বাইপাছ মুকলি হোৱাৰ লগেলগে ডিব্ৰুগড় চহৰৰ যানজঁটৰ সমস্যা হ্ৰাস পাব।
আনহাতে এতিয়াৰে পৰা তিনিচুকীয়ালৈ যোৱা বাহনসমূহে ডিব্ৰুগড় চহৰত প্ৰৱেশ নকৰাকৈ এই বাইপাছেৰে যাব পাৰিব।

 

 

RELATED ARTICLES