peepl-small

অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষক সম্বৰ্ধনা পূৰ্বোদয়ৰ

PUBLISHED:

গুৱাহাটী: ইণ্ডিয়া টুডে আলোচনীৰ সমীক্ষাত দেশৰ ভিতৰৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত স্থান লাভ কৰাৰ বাবে অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ নাথক মঙলবাৰে সম্বৰ্ধনা জনায় পূৰ্বোদয় গ্রুপ অৱ কমাৰ্চ নামৰ ব্যৱসায়িক গোষ্ঠীটোৱে।

ল্লেখ্য যে মহাবিদ্যালয়খনে দেশৰ ভিতৰত বিজ্ঞান শাখাত ১৫২ আৰু কলা শাখাত ১৫৮ নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এনে সফলতাত মহাবিদ্যালয়খনৰ অধ্যক্ষক অভিনন্দন জনায় পূৰ্বোদয়ে।

RELATED ARTICLES