গুৱাহাটীঃ সোণাপুৰৰ ৰাণী লক্ষ্মীবাই ইনষ্টিটিউটক কন্টেইনমেন্ট জ’ন ঘোষণা কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনৰ। প্ৰতিষ্ঠানখনৰ চৌহদৰ কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী ক’ভিড পজিটিভ হোৱাৰ পাছতে ১৪ দিনৰ বাবে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।
২১ এপ্ৰিললৈকে এই নিৰ্দেশ বাহাল থাকিব।