peepl-small

ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা জিলাত ১০ দিনৰ বাবে হ’ব সম্পূৰ্ণ লকডাউন

PUBLISHED:

গুৱাহাটীঃ ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা জিলাসমূহত ১০ দিনৰ বাবে হ’ব সম্পূৰ্ণ লকডাউন। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত বুধবাৰে পৰ্যালোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
শেহতীয়াকৈ বিশ্বনাথ জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা বুলি জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

RELATED ARTICLES