দৈনিক ১০ হাজাৰ আক্ৰান্ত হ’লে দিল্লীৰ দৰে পৰিৱেশ হ’ব অসমতঃ ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী: আজি গুৱাহাটী প্রেছ ক্লাবত ১৮–৪৪ বছৰৰ সাংবাদিকক প্রতীকীৰূপে দিয়া হৈছে ভেকচিন৷ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই ভেকচিনেচন কেম্প৷ অসম চৰকাৰৰ নির্দেশ মর্মে ১০০জন সাংবাদিককহে প্রাৰম্ভিক পর্যায়ত দিয়া হৈছে ভেকচিন৷ এই ভেকচিনেচন কেম্প মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাই কয়, “ক’ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত আজি … Continue reading দৈনিক ১০ হাজাৰ আক্ৰান্ত হ’লে দিল্লীৰ দৰে পৰিৱেশ হ’ব অসমতঃ ড০ হিমন্ত বিশ্ব শৰ্মা