গুৱাহাটীঃ দিছপুৰ দখলৰ বাবে ১০০+ৰ লক্ষ্য লোৱা ৰাজ্যিক বিজেপিৰ বাবে বৰাক উপত্যকাত সৃষ্টি হৈছে নতুন প্রত্যাহ্বান৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত বৰাকত ৮টাকৈ সমষ্টি দখল কৰা বিজেপিৰ এইবাৰৰ সমীকৰণত কিছু আউল লগাইছে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই৷ বিগত নির্বাচনত কেইবাটাও সমষ্টিত ভোট বিভাজনৰ ফলত…