গুৱাহাটীঃ ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই সোমবাৰে আবেলি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জনপ্ৰিয় ৰাজনীতিবিদ তথা অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।
স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি তেওঁৰ সহধৰ্মিনী ডলী গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গগৈৰ অন্ত্যেষ্টিক্ৰিয়া গুৱাহাটীতে সম্পন্ন কৰা হ’ব।
PUBLISHED: