গুৱাহাটীঃ মহামাৰী ক’ভিড–১৯ৰ বাবে প্রায় এবছৰ ধৰি স্তব্ধ হৈ থকা দেশৰ ঘৰুৱা বেডমিণ্টন ছিজন অহা এপ্রিল মাহৰ পৰা পুনৰ আৰম্ভ হ’ব৷ ভাৰতীয় বেডমিণ্টন সন্থাই তেওঁলোকৰ কার্যবাহী কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰে৷ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা, সম্পাদক অজয় সিংহানিয়াৰ…