গুৱাহাটীঃ সহজ জয়েৰে চলিত আই পি এলত অভিযান আৰম্ভ কৰিলে বিগত বর্ষৰ ৰানার্ছআপ দিল্লী কেপিটেলছে৷ শনিবাৰে মুম্বাইত অনুষ্ঠিত মেচখনত ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী কেপিটেলছে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে৷ মেচখনত ধোনী বাহিনীয়ে জয়ৰ বাবে…