peepl-small

তিতাবৰৰ পৰা কইনাধৰালৈঃ তৰুণ গগৈৰ বৰ্ণিল জীৱন পৰিক্ৰমা

PUBLISHED:

গুৱাহাটীঃ ১৯৩৪ চনৰ ১১ অক্টোবৰত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল গগৈয়ে।

ঘৰত সকলোৱে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক

১৯৭১ চনৰ পৰা ১৯৮৪ চনলৈ যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে
১৯৯১-১৯৯৬ চনলৈ কলিয়াবৰ সমষ্টিৰ সাংসদ আছিল গগৈ

১৯৯৬-১৯৯৮ চনলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হয় তেওঁ।

১৯৯৮-২০০১ চনলৈ কলিয়াবৰ সমষ্টিৰ সাংসদ হয় অভিজ্ঞ ৰাজনীতিবিদগৰাকী।

২০১১ চনৰ পৰা ২০১৬ ৰ মে’ মাহলৈ ১৫ বছৰ ধৰি সবাতোকৈ দীৰ্ঘ সময়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে গগৈয়ে ।

অসমৰ ১৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে গগৈয়ে।

মৃত্যৰ সময়ত গগৈয়ে পত্নী ডলী গগৈ, দুই সন্তান চন্দ্ৰিমা গগৈ, গৌৰৱ গগৈ আৰু বোৱাৰীয়েক এলিজাবেথক এৰি থৈ গৈছে।

RELATED ARTICLES