peepl-small

এইবাৰ ফাকুৱাত শুনক এইকেইটা অসমীয়া হোলীগীত

PUBLISHED:

গুৱাহাটীঃ ৰঙৰে জুই জ্বলিল আজি পলাশৰে ডালতে
ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে ……

কেইটামান দিনৰ পাছতে ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙৰ সমাহাৰৰ লগতে ফাকুৱাক অনন্য মাত্ৰা প্ৰদান কৰে ছন্দোময় হোলীগীতসমূহে।

অসমত পৰম্পৰাগতভাৱে চলি অহা হোলীগীতসমূহে ফাকুৱা বা দৌল উৎসৱৰ আনন্দক দুগুণে বৃদ্ধি কৰে।

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, পাপনেও কণ্ঠ নিগৰাইছে তেনে কেইবাটাও জনপ্ৰিয় হোলীগীতত।

এইবাৰ ফাকুৱাৰ ৰঙত ৰঙীন হ’বলৈ আপুনি শুনিব পাৰে এইকেইটা গীতঃ

জুবিন গাৰ্গৰ কণ্ঠৰ ‘বসন্ত বাহাৰ’ এলবামটোত সন্নিবিষ্ট হৈছে এইকেইটা গীতঃ 

 

পাপনেও গাইছে কেইবাটাও চিৰসেউজ হোলীগীতঃ

RELATED ARTICLES