peepl-small

অতি জটিল অৱস্থাত কণ্ঠশিল্পী ভিতালী দাসঃ জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মা

PUBLISHED:

গুৱাহাটীঃ কণ্ঠশিল্পী ভিতালী দাসৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। ক’ভিডত আক্ৰান্ত হোৱাত শিল্পীগৰাকীক ১৪ এপ্ৰিলত ভৰ্তি কৰোৱা হৈছিল কালাপাহাৰস্থিতি ক’ভিড হাস্পতালত।

সম্প্ৰতি তেওঁক মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছে বুলি জানিবলৈ দিছে জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই। শৰ্মাই জানিবলৈ দিয়া মতে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট জটিল।

RELATED ARTICLES