peepl-small

গৰু বিহুত শোকাৱহ ঘটনাঃ গা ধুবলৈ গৈ নৈত সলিল সমাধি সাতজনৰ

PUBLISHED:

গুৱাহাটীঃ গৰু বিহুৰ দিনাই বিশ্বনাথত সংঘটিত হয় শোকাৱহ ঘটনা। বিহু উপলক্ষে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে পাঁচজনৰ।
সলিল সমাধি ঘটাসকলৰ মাজত আছে দুই ভাতৃ-ভগ্নী।
ইপিনে ডিব্ৰুগড়ত গৰু গা ধুৱাবলৈ গৈ দুই যুৱকৰ সলিল সমাধি ঘটে।
দুয়োটা ঘটনাই শোকাহত কৰিছে স্থানীয় অঞ্চলবাসীক।

RELATED ARTICLES