peepl-small

মাজুলীৰ পৰা জয়লাভ সৰ্বানন্দ সোণোৱালৰ

PUBLISHED:

গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেৰাহে দ্বিতীয়বাৰৰ বাবে মাজুলীৰ পৰা জয়লাভ কৰিছে।

সোণোৱালে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ৰাজিব লোচন পেগুক ৪২ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰে।

RELATED ARTICLES