peepl-small

আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা উপায় অৱলম্বন কৰক

PUBLISHED:

গুৱাহাটীঃআপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? মুখৰ দুৰ্গন্ধৰ বাবে প্ৰায়েই আপুনি মানুহৰ লগত কথা-বতৰা পতাত অসুবিধা অনুভৱ কৰে নেকি?
চিন্তা নকৰিব। সহজে এই সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব।
তাৰ বাবে আপুনি অৱলম্বন কৰিব লাগিব এইকেইটা উপায়।

  • যথেষ্ট পৰিমাণে পানী খাওক।
  • নিমখ মিহলি কৰি গৰম পানীৰে মুখখন কুলি কুলি কৰক।
  • নিয়মীয়াকৈ দাঁত ব্ৰাছ কৰক। দৈনিক দুবাৰকৈ ব্ৰাছ কৰাটো জৰুৰী। বিশেষকৈ আহাৰ গ্ৰহণ কৰাৰ পাছত ব্ৰাছ কৰাটো প্ৰয়োজন।
  • আপোনাৰ টুথব্ৰাছক বেছি পুৰণি হ’বলৈ নিদিব। অন্ততঃ দুই-তিনি মাহৰ মূৰে-মূৰে ব্ৰাছ সলনি কৰক।
  • জিভা নিয়মীয়াকৈ পৰিষ্কাৰ কৰক।
  • নেমু, কমলা আদি খালেও বহু পৰিমাণে দুৰ্গন্ধৰ সমস্যা হ্ৰাস পায়।

Picture credit: <a href=”https://www.freepik.com/photos/cover”>Cover photo created by wayhomestudio – www.freepik.com</a>

RELATED ARTICLES