গুৱাহাটীঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া CA পৰীক্ষাৰ বাবে ক’ভিড সম্পৰ্কীয় নীতি-নিয়ম শিথিল কৰা হৈছে বুলি প্ৰকাশ কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে।
পৰীক্ষাৰ্থী আৰু তেওঁৰ লগত এজনৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়ত, সান্ধ্য আইন, পিলিয়ন ৰাইডিং আৰু যুগ্ম-অযুগ্ম নীতিৰ পৰা কেৱল পৰীক্ষাৰ দিনটোৰ বাবে ৰেহাই প্ৰদান কৰা হৈছে।
ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড দেখুৱাব লাগিব।
Reference CA exam starting tomorrow – candidates are allowed free passage based on physical or e-admit card. Relaxation to candidate and one companion from inter-district movement, curfew, pillion riding and odd-even only for movement on day of exams. @assampolice
— GP Singh (@gpsinghassam) July 4, 2021