peepl-small

ৰাজ্যত ক’ভিডৰ Positivity হাৰ গড়ে ১ শতাংশতকৈও কম- মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটী: ২০ মাৰ্চৰ পৰা আজিলৈকে ক’ভিডৰ পৰিৱেশটো সলনি হৈছে। ২০ৰ পৰা ২৬ মাৰ্চলৈ এই সপ্তাহটোত ১৩ হাজাৰ টেষ্ট হোৱাৰ বিপৰীতে প্ৰতিদিনে গড়ে আক্ৰন্তৰ ঘটনা আছিল ৩৬ টা।

আনহাতে ২৭ মাৰ্চৰ পৰা ২ এপ্ৰিললৈকে ১০ হাজাৰ টেষ্টৰ সমান্তৰালকৈ প্ৰতিদিনে পজিটিভ ঘটনা বৃদ্ধি ঘটিল ৫১ টা।

আকৌ ৩ ৰ পৰা ৯ এপ্ৰিললৈ ১৭ হাজাৰ টেষ্ট হোৱাৰ বিপৰীতে পজিটিভ কেচ বাঢ়িলে ১৪৩ লৈ। আৰু ১০ ৰ পৰা ১৬ এপ্ৰিলৈলে ৫৪ হাজাৰ টেষ্ট হওতে প্ৰতিদিনে ক’ভিডৰ ঘটনা পোৱা গৈছিল ৪৮৪ টা।

যদিও আক্ৰান্তৰ ঘটনা বৃদ্ধি পাইছে তথাপি পজিটিভিটি ৰেট গড়ে ১ শতাংশতকৈও কম আছিল।

RELATED ARTICLES