peepl-small

সান্ধ্য ভ্ৰমণ, চাইক্লিঙৰ নামত কাৰ্ফিউ ভংগ নকৰিবঃ গুৱাহাটীত কঠোৰ আৰক্ষী

PUBLISHED:

গুৱাহাটীঃ ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটী মহানগৰীত কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। সান্ধ্য আইন ভংগ কৰি সান্ধ্য ভ্ৰমণত ওলোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী।
বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ পাছত কাৰ্ফিউ ভংগ কৰি সান্ধ্য ভ্ৰমণত ওলোৱা বহু লোকক ওভোতাই পঠিয়ায় আৰক্ষীয়ে। 
ক’ভিড-১৯ৰ বিধি নামানি সান্ধ্য ভ্ৰমণ, খোজ কাঢ়িবলৈ ওলোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
ইতিমধ্যে ক’ভিড প্ৰট’কল কাৰ্যকৰী কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গঠন কৰিছে টাস্কফ’ৰ্চ।

RELATED ARTICLES