peepl-small

ডাঙৰ সিদ্ধান্তঃ পদ্ম হাজৰিকাক কেবিনেট পদ মৰ্যাদা

PUBLISHED:

গুৱাহাটীঃ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক দিয়া হৈছে কেবিনেটৰ পদ মৰ্যাদা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ছিপাঝাৰৰ গৰুখুঁটিত বেদখলকাৰীৰ পৰা মুক্ত কৰা ৭৭ হাজাৰ বিঘা ভূমিক কৃষিকাৰ্যত ব্যৱহাৰ কৰিবলৈ গঠন কৰা সমিতিৰ দায়িত্ব পালনৰ উদ্দেশ্যে হাজৰিকাক এই মৰ্যাদা দিয়া হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

RELATED ARTICLES

RECENT ARTICLES