peepl-small

নতুন নিৰ্দেশনাঃ নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন

PUBLISHED:

গুৱাহাটীঃ ৫ মে’ৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন।
ইপিনে বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।

#Breaking – নতুন নিৰ্দেশনা –

– কাইলৈৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন।

– বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায় প্ৰতিষ্ঠান।

Posted by News Live on Tuesday, 4 May 2021

RELATED ARTICLES