peepl-small

কি আছে নতুন SOPত?

PUBLISHED:

গুৱাহাটীঃ প্ৰকাশ পালে নতুন SOP। ৰাজ্যৰ ৫ খন জিলা ক্ৰমে গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত বাহাল থাকিব ‘টোটেল ক’নটেইনমেণ্ট’ ব্যৱস্থাৰ অধীনত সম্পূৰ্ণ সান্ধ্য আইন। পৰৱৰ্তী এসপ্তাহলৈ প্ৰযোজ্য হ’ব। অৱশ্যে গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব। কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

আনহাতে, পূৰ্বৰ দৰেই ৰাজ্যত সম্পূৰ্ণ বন্ধ থাকিব আন্তঃজিলা যাতায়াত। পৰৱৰ্তী ৭ দিনলৈকে বন্ধ থাকিব আন্তঃজিলা যাতায়াত।

RELATED ARTICLES