চলিত অলিম্পিকত প্ৰথমটো সোণৰ পদক লাভ কৰে ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই। জেভলিন থ্ৰত ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই সোণৰ পদত অৰ্জন কৰে।নীৰজে সৰ্বশ্ৰেষ্ঠ থ্ৰ আছিল ৮৭.৫৮ মিটাৰ।
উল্লেখ্য যে ১৩ বছৰৰ অপেক্ষাৰ পিছত ব্যক্তিগত শাখাত এজন ভাৰতীয় খেলুৱৈয়ে স্বৰ্ণ জয় কৰিছে। ইয়াৰ আগতে বেইজিং অলিম্পিকত (200৮) ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাই সোণৰ পদক জয় কৰিছিল।
General MM Naravane #COAS and All Ranks of #IndianArmy congratulate Subedar Neeraj Chopra on winning Nation’s first ever #GoldMedal in #Javelin in Olympics with a throw of 87.58 meters at #TokyoOlympics.#MissionOlympics#Tokyo2020 pic.twitter.com/HUotK29P4K
— ADG PI – INDIAN ARMY (@adgpi) August 7, 2021