peepl-small

ননীগোপাল মহন্তক শিক্ষা উপদেষ্টাৰ দায়িত্ব কেবিনেটৰ

PUBLISHED:

গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে। আজি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অধ্যাপক মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ’ব।
এই কথা এখন সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে।

RELATED ARTICLES