peepl-small

মুখ্যমন্ত্ৰী সাহাৰ্য নিধিলৈ বিধায়ক মানৱ ডেকাৰ এমাহৰ দৰমহা

PUBLISHED:

গুৱাহাটীঃ মুখ্যমন্ত্ৰী সাহাৰ্য নিধিলৈ নিজৰ এমাহৰ দৰমহা আগবঢ়াইছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। উল্লেখ্য মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ জনতাৰ পৰা দান-বৰঙণি বিচাৰি আহ্বা কৰিছিল।

সেই আহ্বান মৰ্মে আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই তেওঁৰ বিধায়ক হিচাপে প্ৰথম মাহৰ দৰমহা মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ আগবঢ়ায়।

RELATED ARTICLES

RECENT ARTICLES