হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সীমান্তবৰ্তী ফাকুয়াপুন্জি (Fakuyapunji) প্ৰাথমিক বিদ্যালয়ত বোমা নিক্ষেপ মিজো দুৰ্বৃত্তৰ।
এই বিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয় গৃহ। যোৱা ১১ ফেব্ৰুৱাৰীটো এই চৰকাৰী বিদ্যালয়খনলৈ বোমা নিক্ষেপ কৰিছিল মিজো দুৰ্বৃত্তই।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত কৰিছে।