peepl-small

বিশ্বৰ সবাতোকৈ দীঘল নাকটো কাৰ?

PUBLISHED:

গুৱাহাটীঃ আপুনি জানেনে বিশ্বৰ সবাতোকৈ দীঘল নাকৰ অধিকাৰী কোন? জানেনে এই নাকটোৰ দৈৰ্ঘ্য কিমান?

২০১৮ চনৰ গীনিজ বুক অৱ্ ৰেকৰ্ডৰ মতে এজন জীৱিত লোকৰ দীৰ্ঘতম নাকটোৰ দৈৰ্ঘ্য ৮.৮ চেণ্টিমিটাৰ। তাৰ্কীৰ মেহমেত অজুৰেক নামৰ লোকজন এই ৰেকৰ্ডৰ অধিকাৰী।
ৰোমৰ এটা টিভি চেনেলৰ অনুষ্ঠানত ২০১০ চনত লোকজনৰ নাকটো জোখা হৈছিল।
এতিয়ালৈকে উপলব্ধ তথ্য অনুসৰি এয়াই বিশ্বৰ দীৰ্ঘতম নাক।

 

RELATED ARTICLES